Tag taliban

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে…

কাশ্মীৰ সমস্যাক লৈ মাত মতাৰ অধিকাৰ আমাৰ আছেঃ তালিবান

আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া ইউ টাৰ্ণ মাৰিছে তালিবানে। ইয়াৰ পূৰ্বে আফগানিস্তান দখল কৰোতে কাশ্মীৰ সমস্যাক লৈ তালিবানে ঘোষণা কৰিছিল যে কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয় গতিকে তালিবানে কাশ্মীৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকিব। তালিবানে দাবী কৰিছিল…

কোন হ’ব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি?

সুদীৰ্ঘ দুটা দশকৰ পিছত আজি আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব তালিবানে। চৰ্চা চলিছে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী মোল্লা আব্দুল গণি বাৰাদাৰেই হব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি। তালিবানৰ চাৰি শীৰ্ষ নেতাৰ ভিতৰত বাৰাদাৰৰ স্থান দ্বিতীয়। উল্লেখ্য যে পাকিস্তানী সেনাই ২০১০ চনত…

দুটা দশকৰ অন্তত আফগানিস্তানত আজি চৰকাৰ গঠন কৰিব তালিবানে

আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা তথ্য অনুসৰি শুকুৰবাৰ…

দোহাত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰ আৰু তালিবান

মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ মহম্মদৰ মাজত তালিবানৰ উদ্যোগত বৈঠক…

মানৱীয়তাৰ চূড়ান্ত স্খলনঃ তালিবানে হেলিকপ্টাৰত ওলোমাই লৈ ফুৰিছে মৃতদেহ

সোমবাৰে আমেৰিকান সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতে কান্দাহাৰৰ আকাশৰ এটা দৃশ্যই এতিয়া বুকু কঁপাই তুলিছে আফগানী জনতাৰ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে আমেৰিকান সেনাৰ এখন ব্লেক হক হেলিকপ্টাৰে এজন লোকৰ মৃতদেহ ওলোমাই আকাশত ঘূৰি ফুৰিছে৷…

আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়?

আমেৰিকান সেনাই আফগানিস্তান এৰাৰ পিছতে এতিয়া নিজকে দেশখনৰ একছত্ৰী সম্ৰাট হিচাপে ঘোষণা কৰিছে তালিবানে। কিন্তু জম্মু-কাশ্মীৰৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ লগত তালিবানৰ সম্পৰ্ক কি? আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়? কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (আইবি) এটা সূত্ৰই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য…

আফগানিস্তান এৰা আমেৰিকাৰ শেষৰজন সৈনিক কোন ?

আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ল আমেৰিকান সেনা ৷ তাৰ পূৰ্বে তাত থকা আমেৰিকাৰ সকলো লোককে দেশলৈ ঘূৰাই নিয়া হয় ৷ প্ৰতিগৰাকী নাগৰিক সুকলমে আমেৰিকালৈ উভতি যোৱাৰ পাছত মঙলবাৰে নিশা আফগানিস্তান এৰিলে শেষৰজন আমেৰিকান সেনাই ৷ চি ১৭ বিমানযোগে আমেৰিকালৈ…

দুটা দশকযোৰা যুদ্ধৰ পৰিসমাপ্তি! আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে আমেৰিকাই

অৱশেষত দুটা দশকৰ যুদ্ধৰ পৰিসমাপ্তি ঘটিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইডেন প্ৰশাসনে আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে। বিগত সোমবাৰে আফগানিস্তানৰ পৰা উৰা পৰা আমেৰিকালৈ উৰা মাৰিছিল অন্তিমখন সামৰিক বিমান। প্ৰায় ২০ বছৰ আগতে তালিবানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ…

তালিবান নেতাৰ সাক্ষাৎকাৰ লৈ কিয় দেশ এৰিবলগীয়া হ’ল আফগান মহিলা সাংবাদিকে ?

তালিবান নেতাৰ সক্ষাৎকাৰ লোৱা আফগানিস্তানৰ মহিলা সাংবাদিকে ভয় ভাবুকিৰ সন্মুখীন হৈ এৰিবলগীয়া হ’ল দেশ ৷সাংবাদিকগৰাকীৰ নাম বেহেস্তা আৰঘান্দ ৷ ১৭ আগষ্টত তেও এজন শীৰ্ষস্থানীয় তালিবান নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ আফগানিস্তানৰ ইতিহাসত তালিবান নেতাৰে মহিলা সাংবাদিকৰ এইটোৱে আছিল প্ৰথম সাক্ষাৎকাৰ ৷…