মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি The CrossCurrent Feb 28, 2025 বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।