আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী
🔴 আজি অসমীয়া জাতিৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী
🔴অসমৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী
🔴হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ
🔴মহাপুৰুষ গুৰুজনাক সুঁৱৰি…