সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

secularism

সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে দিল্লীত ভাতৃত্ববোধৰ নিদৰ্শন

সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে দিল্লীত ভাতৃত্ববোধৰ নিদৰ্শন ৷ নয়দাত হিন্দু ধৰ্মালম্বী লোকৰ সমদলত ইছলাম ধৰ্মৰ লোকে বিলালে পানী আৰু ফল মূল - https://youtu.be/Vy53ASEPDGM

ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেশৰ বৃহত্তম হিন্দু মন্দিৰৰ বাবে দান কৰে আঢ়ৈ কোটি মূল্যৰ ভূমি

শেহতীয়াকৈ বিহাৰৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেশৰ বৃহত্তম হিন্দু মন্দিৰ বিৰাট ৰামায়ণ মন্দিৰৰ বাবে দান কৰে আঢ়ৈ কোটি মূল্যৰ ভূমি।সম্প্ৰতি দেশত একাংশ লোকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা অব্যাহত থকাৰ মাজতে বিহাৰৰ পূব চম্পাৰন জিলাৰ…

নেহেৰুৱে যি বাধা দিছিল আজি তাকে কৰিব নৰেন্দ্ৰ মোদীয়ে

চন ১৯৫১। দেশ বিভাজনৰ স্মৃতি জনগনৰ মাজত তেতিয়াও সজীৱ।নতুন দেশ আৰু এখন নতুন চৰকাৰৰ নেতৃত্বত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু। কোন দিশে যাব নতুন ভাৰত? ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ভাৰত নে হিন্দু পুনৰজাগড়নবাদী ৰক্ষণশীল ভাৰত? বিপাঙত পৰিছে নেহৰুও।…