মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী
নতুন শিক্ষানীতিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল৷সংবাদমেলত উপস্থিত আছে ননী গোপাল মহন্ত৷সংবাদমেলত ঘোষণা,গুৱাহাটীত অনুষ্ঠিত হব উত্তৰ পূব শৈক্ষিক সন্মিলন৷২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হব শৈক্ষিক সন্মিলন৷অনুষ্ঠানত ভাগ লব কেন্দ্ৰীয়…