সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#roadacident

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত দূৰ্ঘটনা সংঘটিত হয় ।

ৰাজকন্যা বৰুৱাৰ গাড়ী খুন্দাত আহত শ্ৰমিকৰ মৃত্যু

মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুৱাইছিল শ্ৰমিকজনে।জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক।বুধবাৰে পূৱা মৃত্যু হয় শ্ৰমিকজনৰ৷