অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ? The CrossCurrent Aug 4, 2021 অলিম্পিকত আৰু এটা পদক নিশ্চিত হ'ল ভাৰতৰ ৷ ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷ তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷ ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ…