সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#rajkanyabaruah

ৰাজকন্যা বৰুৱাৰ জামিন লাভ

ৰাজকন্যা বৰুৱাৰ জামিন লাভ। ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন লাভ দুটাকৈ গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা। যোৱা ৭ মাৰ্চত এটা গোচৰত জামিন লাভ কৰাৰ লগতে আজি আনটো গোচৰত জামিন লাভ ৰাজকন্যাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন।

ৰাজকন্যা বৰুৱাৰ গাড়ী খুন্দাত আহত শ্ৰমিকৰ মৃত্যু

মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুৱাইছিল শ্ৰমিকজনে।জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক।বুধবাৰে পূৱা মৃত্যু হয় শ্ৰমিকজনৰ৷