Tag RAHUL GANDHI

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা হয়, তাৰ বিশদ তথ্য প্ৰকাশ…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া চূড়ান্ত অস্বচ্ছ,…

আকৌ ই ডিৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

১৭ ঘন্টা জেৰাৰ পাছতো সন্তুষ্ট হোৱা নাই ই ডি ৷ যাৰ বাবে বুধবাৰে আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জেৰাৰ বাবে তলব কৰা হৈছে ৷ নেচনেল হেৰল্ড গোচৰত সোমবাৰ আৰু মঙলবাৰে প্ৰায় ১৭ ঘন্টা ৰাহুল গান্ধীক জেৰা কৰে ই ডিয়ে ৷…

নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে “কৰুণা সংক্ৰমণৰ সংখ্যা এই সপ্তাহত…

নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ বাবেই আজি দেশৰ…

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত ‘Like’-‘dislike’ ৰ সুবিধা বন্ধ কৰাৰ পাছতে এইবাৰ সৰৱ…

গৌৰৱ গগৈক লোকসভাৰ বিৰোধী দলৰ উপনেতা পদত অধিষ্ঠিত কৰি গান্ধী পৰিয়ালে ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে নেকি?

photo courtesy: New Indian Express

অসমৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক শেহতীয়া কৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে লোকসভাৰ বিৰোধী দলৰ উপনেতাৰ দৰে এক সন্মানীয় দায়িত্ব দিছে। অসম তথা উত্তৰ পূৱৰ বাবে ই এক গৌৰৱৰ কথা। কিন্তু এই নিযুক্তিৰ সময়ে কংগ্ৰেছ…

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ’ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ নেতৃত্বত। এই ফালৰ…

“মোডী হ্যে ত্যৌ মুমকিন হ্যে”-কিয় ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজি ৰাহুল গান্ধী ডাঙৰীয়াই infosys ৰ সংস্থাপক এন আৰ নাৰায়ণমূৰ্তিৰ এটা মন্তব্যৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোডীক ২০১৯ চনৰ বিজেপিৰ নিৰ্বাচনী শ্লোগানেৰেই কটাক্ষ কৰি…

ৰাজস্থান সংকটৰ অন্ত: শচীন পাইলটৰ ঘৰ বাপচী

যোৱা প্ৰায় কিছুদিন ধৰি চলি থকা ৰাজস্থানৰ ৰাজনৈতিক সংকট অন্ত হোৱাৰ দিশে আগবাঢ়িছে। কিছু সময় পূৰ্বে শচীন পাইলটে লগ ধৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক। গান্ধী পৰিয়ালৰ লগত হোৱা এই মিটিংৰ পাছতে পাইলট কেম্পৰ বিধায়ক সকলে ৰাজস্থানৰ মুখ্য মন্ত্ৰী…