পি জি বৰুৱাক জানো আহক…
✍🏻জিতুমণি বৰা
বৌদ্ধিক সমাজত পি জি বৰুৱা হিচাপে খ্যাত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ কিমান পৰিমাণৰ ক্ষতি, সেয়া সংবাদ জগতৰ সেইসকল ব্যক্তিৰ জ্ঞাত হ’ব, যি মানুহজনক জানিছিল, যি সংবাদ জগতৰ ভিতৰুৱা খবৰবোৰ লয়৷…