ৰাজনৈতিক দলক ৪২৬ কৌটি টকাৰ চান্দা দিওতাৰ অস্তিত্ব নাই
ৰাজনৈতিক দলসমূহে যিমান পৰিমানৰ চান্দা লাভ কৰে , তাৰ অধিকাংশ চন্দাৰ উৎস অজ্ঞাত ৷ অৰ্থাৎ অস্তিত্বহীন লোক আৰু প্ৰতিষ্ঠানৰ পৰা চান্দা সংগ্ৰহ কৰি আছে ৰাজনৈতিক দলসমুহে ৷ এছোছিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এ ডি আৰৰ শেহতীয়া এক প্ৰতিবেদনত এই…