সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

online gaming

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ: নিষিদ্ধ হ’ল PUBG

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে এই…