“আজি জীৱনৰএটা বহুদিনীয়া সপোন সঁচা হ’ল” কিয় ক’লে নীৰজ চোপ্ৰাই
টকিঅ' অলিম্পিকত স্বৰ্ণ পদক বিজয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নীৰজ চোপ্ৰাই। প্ৰচুৰ সাধনা আৰু অধ্যৱসায়ৰ ফলত অলিম্পিকত স্বৰ্ণ পদকসহ ভাৰতলৈ আহে নীৰজ। নীৰজৰ এটা সপোন আছিল পিতৃ মাতৃৰ সৈতে একেলগে বিমানত ভ্ৰমন কৰাৰ আৰু তেওঁ…