সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Neeraj Chopra

অলিম্পিকত কোন ভাৰতীয়ই কৰিলে স্বৰ্ণজয় ?

টকিঅ’ত ভাৰতৰ স্বৰ্ণজয়ৰ সপোন অৱশেষত পূৰণ হ’ল ৷ জেভলিন থ্ৰোত ভাৰতৰ নীৰজ চোপ্ৰাই লাভ কৰে স্বৰ্ণ পদক ৷ টকিঅ’ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ৷ ইয়াৰ পূৰ্বে আজি ৰেষ্টলিঙত বজৰং পুনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷…