হিন্দু মহাসভাই প্ৰতিখন ৰাজ্যত স্থাপন কৰিব গডছেৰ প্ৰতিমূৰ্তি
এইবাৰ নাথুৰাম গডছেৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিব হিন্দু মহাসভাই ৷ ইয়াৰ বাবে হাৰিয়ানাৰ আম্বালা কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা মাটি সংগ্ৰহ কৰিছে সংগঠনটোৱে ৷ এই কাৰাগাৰতে ১৯৪৯ চনত গান্ধী হত্যাকাৰী নাথুৰাম গডছেক ফাঁচী দিয়া হৈছিল ৷সোমবাৰে নাথুৰামৰ মৃত্যু…