সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

mpoperation

কুঁৱাত পৰা শিশুক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু ১১ জনৰ

এজনী ৮ বছৰীয়া ছোৱালীক ৪০ ফুট গভীৰ এটা কুঁৱাৰ পৰা তুলিবলৈ যাওঁতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উদ্ধাৰ কৰিবলৈ যাওঁতে সলিল সমাধি ঘটিছে ১১ জন লোকৰ। উদ্ধাৰ কৰিবলৈ যোৱা ৪০ জন লোকৰ ২০ জনক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে । ঘটনাটোত মৃত্যুৰ হোৱা লোকৰ…