সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#mpkuinojah

গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত

বিজেপি আন এগৰাকী নেতা কোভিড-১৯ত আক্ৰান্ত। গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত। মন্ত্ৰী পীয়ুয হাজৰীকাৰ পাছতেই কুইন ওজা কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে।