প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কি বিশেষ আয়োজন ৰাজ্যিক বিজেপিৰ?
অহা ১৭ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন। ৭১টা জলাশয় পৰিষ্কাৰ কৰাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ কমকৰ্তাৰ। ১৫ হাজাৰ বুথৰ ১৫ হাজাৰ নামঘৰ অথবা মন্দিৰত শৰাই আগবঢ়াব…