উত্তৰ প্ৰদেশৰ কোভিড-১৯ পজিটিভৰ ৬০শতাংশই প্ৰবাসী লোক
কোভিড-১৯ পজিটিভৰ সংখ্যাৰ তালিকাত উত্তৰপ্ৰদেশত প্ৰবাসী শ্ৰমিকৰ অৱদানেই সৰ্বাধিক। ৰাজ্যখনৰ চৰকাৰী তথ্য অনুসৰি আশাকৰ্মীসকলৰ দ্বাৰা স্ক্ৰীণিং টেষ্টৰ দ্বাৰা সংগ্ৰহ কৰা ৫৪,৮৪৯টা নুমনা অন্য ৰাজ্যৰ পৰা অহা লোকৰ। তাৰ ভিতৰত ১,৬৬৩টা পজিটিভ পোৱা গৈছে।…