সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

majuliferry accident

নিমাতীঘাটৰ দুৰ্ঘটনাত সহকাৰী অধ্যাপিকাৰ মৃত্যু

যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তেওৰ ঘৰ গুৱহাটীৰ কাহিলীপাৰাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ ৷