সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

landpatta

১ লাখক পট্টা দিয়াৰ কথা আছিল , পালে কিমানে ?

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল জনসভাত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশালসভাত ভাগ লৈ ১ লাখ লোকক ভূমি পট্টা বিতৰণ  কাৰ্যসূচীৰ শুভাৰম্ভ  কৰে প্ৰধানমন্ত্ৰীয়ে। স্বাধীনতাৰ পিছত এইটোৱে অসমত বৃহৎ…