ৰাম মন্দিৰৰ ভূমিপূজনত কিয় উপস্থিত নাছিল বাবৰি মছজিদ ধ্বংসৰ কাণ্ডাৰী কল্যাণ সিং?
সেয়া আছিল ১৯৯৭ চনৰ কথা। নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। বিজেপি আৰু বিএছপি প্ৰতিটো দলেই উত্তৰ প্ৰদেশত গাইপতি ৬ মাহকৈ চৰকাৰ চলোৱাৰ নতুন ফৰ্মূলা তৈয়াৰ কৰিছিল। মায়াৱতীয়ে বাজপেয়ী আৰু কাঞ্চীৰামৰ মাজত হোৱা চুক্তিৰ…