কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰি কি ক’লে অমিত শ্বাহে ?
শণিবাৰে অসম চৰকাৰে ৬ বিদ্ৰোহী সংগঠনৰ লগত স্বাক্ষৰ কৰিলে কাৰ্বি শান্তি চুক্তি ৷এই বিদ্ৰোহী সংগঠনকেইটা বিগত কেবাদশক ধৰি সক্ৰিয় হৈ আছিল ৷ শান্তি চুক্তি স্বাক্ষৰ কৰা বিদ্ৰোহী সংগঠনকেইটা হৈছে কে এল এন এল এফ , পি ডি চি কে , ইউ পি এল এ , ইউ পি…