ভাৰতৰ সৰ্ববৃহৎ চোৰাংচোৱা কাণ্ড কেলেংকাৰী The CrossCurrent Dec 21, 2024 ১৯৭২ চন৷ ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰৰ অভিষেক ঘটিছে বলীউডত৷ নায়িকা ডিম্পল কাপাডিয়া৷ টীন এজাৰ প্ৰেম কাহিনীৰে ‘ববী’ চিনেমাই সমগ্ৰ ভাৰতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেমে উন্মনা কৰা কিশোৰী ডিম্পলে প্ৰেমিকক আলিংগণ কৰি গাইছে ‘প্ৰেম ৰোগ..’৷…