সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

jorhat

আজিৰে পৰা পুনৰ আৰম্ভ হ’ল মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

আজিৰে পৰা পুনৰ চলাচল কৰিছে মাজুলী-যোৰহাট সংযোগী ফেৰী।উল্লেখ্য যে আজি কেইবামাহো ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা। কিন্তু দুচকীয়া বাহন আৰু যাত্ৰীৰ বাবেহে মুকলি থাকিব এই সেৱা। এতিয়ালৈ চাৰিচকীয়া বাহন পাৰ কৰাৰ অনুমতি দিয়া নাই প্ৰশাসনে।

বাঘজানৰ ঘটনা এইবাৰ যোৰহাটত!

যোৰহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ডটো। সিংহী স্কুটাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত  দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড…

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত। মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত। ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ। ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ…