দেশৰ নৌ বিভাগত সংযোজন প্ৰথম খন যুদ্ধজাহাজ
দেশৰ নৌ বিভাগক আৰু অধিক শক্তিশালী কৰিবৰ বাবে নতুনকৈ সংযোজন হ'ল ভাৰতৰ প্ৰথমখন যুদ্ধ জাহাজ। সমুদ্ৰপৃষ্ঠৰ পৰা শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ ৰক্ষা কৰিবৰ বাবে সাজু কৰা হৈছে এই বিশেষ যুদ্ধজাহাজ খন। ১০ ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ,…