বিশ্বগুৰুৰ দেশ কিয় হ’ব নোৱাৰে ভাৰত? The CrossCurrent Mar 19, 2022 আপুনি কল্পনা কৰিব পাৰেনে যে দেশৰ প্ৰতি ১০০ জন যুৱকৰ ২৫ জনৰে হাতত নাই কোনো কৰ্মসংস্থাপন? বা আপুনি কল্পনা কৰিব পাৰেনে দেশৰ কোনোবা ৰাজ্যত প্ৰতি ১০০ জন যুৱকৰ ভিতৰত ৪৭ জনৰে নাই কোনো কৰ্মসংস্থাপন? কৈ থকা হৈছে পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ কথা৷দেখুৱা…