ভাৰতত উৎপাদিত ভেকচিন গ্ৰহণ কৰিলে যাব নোৱাৰিব ব্ৰিটেইনঃ কিন্তু কিয়?
ব্ৰিটেইনৰ ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব ভাৰতীয় নাগৰিক। বিট্ৰেইনৰ নতুন ভ্ৰমণ নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকৰ বিট্ৰেইন ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে। দৰাচলতে এই নতুন নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকসকলক টিকাকৰণ নকৰা বুলি গণ্য…