সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

India Corona

ক’ৰোনা-ইৰানক অতিক্ৰমি প্ৰথম দহত ভাৰত

চীনক অতিক্ৰম কৰাৰ পিছত এইবাৰ ইৰানক অতিক্ৰম কৰিলে ভাৰতে । সৰ্বাধিক ক’ৰোনা আক্ৰান্ত প্ৰথম দহখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছত ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য…