সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#income_tex

কৈলাশ লোহিয়াৰ ঘৰত আয়কৰ বিভাগ

কৈলাশ লোহিয়াৰ বিৰুদ্ধে কৰ ফাকিৰ অভিযোগ।পুৱাৰে পৰা আয়কৰ বিভাগে চলাই আছে অভিযান।ব্যৱসায়ী লোহিয়াৰ বাসগৃহকে ধৰি চাৰি স্থানত আয়কৰ বিভাগে চলাইছে অভিযান৷ ব্য়ৱসায়ীগৰাকীৰ ফাচী বজাৰ আৰু খৃষ্টানবস্তীৰ কাৰ্যালয়তো চলিছে অভিযান।