সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

drananyagoswami

সুখবৰঃ অসম জীয়ৰী ড° অনন্যা গোস্বামীলৈ AIIMSৰ বিশেষ সন্মান

অসম সন্তান ড° অনন্যা গোস্বামীলৈ বিশেষ বঁটা আগবঢ়াইছে AIIMSয়ে। AIIMSৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হৈছে এই বটাঁ। ডাঃ বোধ ৰাজ চাৱৰবাল স্বৰ্ণ পদকেৰে সন্মানিত কৰা হল গোস্বামীক। চকু চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ…