মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া ইমৰান শ্বাহ হুছেইনক গ্ৰেপ্তাৰ
মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া মূল অভিযুক্ত হাতীগাঁৱৰ ইমৰান শ্বাহ হুছেইনক দেওবাৰে দিল্লীৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ সহযোগত দিছপুৰ থানাৰ আৰক্ষীয়ে ঠিকাদাৰ ইমৰানক গ্রেপ্তাৰ কৰে৷ চাৰি দিন…