প্ৰধানমন্ত্ৰী জনধন যোজনাই লুটিলে দৰিদ্ৰক
প্ৰধানমন্ত্ৰীৰ এখন বিশেষ যোজনা৷যি যোজনাৰ জড়িয়তে তিনিবছৰত ১২ কোটি দৰিদ্ৰ জনতাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিলে ১৬৪ কোটি টকা৷
যোজনাৰ নাম প্ৰধানমন্ত্ৰী জনধন যোজনা৷২০১৪ চনৰ ২৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা যোজনাৰ…