আজি শিশু দিৱস
স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি জন্মদিন ৷ ১৪ নৱেম্বৰৰ নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় ৷ শিশুসকলৰ বাবে নেহৰু আছিল আপোন ‘নেহৰু খুৰা’ ৷শিশুৰ লগত থকা আত্মীয়তাৰ বাবেই তেওৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন…