প্ৰবল বৰষুণে ক’ত প্ৰাণ কাঢ়িলে চাৰিজনৰ ?
ধাৰাষাৰ বৰষুণে বিপৰ্যস্ত কৰিছে তামিলনাডুৰ জনজীৱন ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত চেন্নাইকে ধৰি ৰাজ্যখনৰ কেবাখনো চহৰ জলমগ্ন হৈ পৰিছে ৷ পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰিছে যে ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ বিদ্যালয় –…