দায়ী কোন? জবাবদিহি কোন?
"দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷"বিশ্বজিৎ বৰাৰ কলমত:দায়ী…