বিমল বৰাৰ কেৱল ‘টিভি’ত চমক : অখিল গগৈ The CrossCurrent Sep 25, 2021 ⚫ শক্তিমন্ত্ৰী বিমল বৰাক লৈ সৰৱ বিধায়ক অখিল গগৈ। ⚫ বিমল বৰাই কেৱল টিভি'ত চমক দি থাকোতেই গৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। ⚫ এতিয়াও থাউৰা সমষ্টিত কাঠ, বাঁহৰ খুটাৰেই বিজুলী বিভাগ চলি আছে বুলি অভিযোগ অখিল গগৈৰ। ⚫ লগতে তেওঁ কয়…