ষ্টেট বেংকৰ ১২০০ কোটি টকীয়া ঋণ পৰিশোধ কৰিব নোৱাৰি অস্বস্তিত অনিল আম্বানী
ষ্টেট বেংকৰ ১২০০ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে অনিল আম্বানীৰ বিৰুদ্ধে এতিয়া insolvency(দেউলিয়া) proceeding আৰম্ভ কৰিছে এন চি এল টিয়ে(National Company Law Tribunal)
জানিব পৰা মতে ২০১৫ চনত অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেচন লিমিটেড…