অক্টোবৰত ২১ দিন ধৰি বন্ধ থাকিব পাৰে বেংকঃ কিন্তু কিয়?
অক্টোবৰ মাহত বেংকত কোনো জৰুৰী কাম কৰিম বুলি ভাৱি আছে নেকি? যদিহে ভাৱিছে তেন্তে অক্টোবৰ মাহলৈ নৰ'ব। দৰাচলতে অক্টোবৰ মাহত কেইবাটাও উৎসৱৰ বাবে বেংক কেইবাদিনো বন্ধ থাকিব। অহা অক্টোবৰ মাহত ২১ দিন ধৰি বেংক বন্ধ থকাৰ সম্ভাৱনা আছে। অৱশ্যে বেংকৰ…