অৰণ্য মানৱৰ উপস্থিতিত অসম ডাউন টাউন ইউনিভাৰ্চিটিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস The CrossCurrent Jun 9, 2022 অসম ডাউন টাউন ইউনিভাৰ্চিটিত মুখ্য অতিথিৰূপে অৰণ্য মানৱ যাদৱ পায়েঙৰ উপস্থিতিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস। মুখ্যতঃ জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত বিনিময়ৰ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বিশ্ব পৰিবেশ দিৱসৰ এই অনুষ্ঠান । তাৰোপৰি উক্ত…