আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায় The CrossCurrent Nov 21, 2024 অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?