অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি
যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযউক্তি প্ৰদান কৰিছে ৰাজ্যপালে ৷
ড: অজন্তা ৰাজকোঁৱৰে পূৰ্বতে…