সীমা সংঘাত : বৃহস্পতিবাৰে অসম -মিজোৰামৰ মন্ত্ৰীৰ বৈঠক
সীমান্তৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত আলোচনাত বহিবলৈ ওলাইছে অসম - মিজোৰামৰ চৰকাৰ ৷
বৃহস্পতিবাৰে আইজলত অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক ৷
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটযোগে সদৰী কৰিছে এই কথা ৷…