সংবাদ মাধ্যমক কোনে ভয় কৰে? The CrossCurrent Mar 27, 2025 ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷…