টেগ assam govt

চিমেণ্ট কোম্পানীৰ সন্মুখত কিয় ৰৈ যায় বুলড’জাৰ?

শুকুৰবাৰে পুনৰ উচ্ছেদ অভিযান চলিছে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত৷ পূর্বতে উচ্ছেদ চলোৱা স্থানত পুনৰ আশ্ৰয় লোৱা অবৈধ দখলদাৰীৰ বিৰুদ্ধে প্ৰশাসনে পুনৰ চলাইছে উচ্ছেদ অভিযান৷ কচুতলীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ মাজতে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে বিশেষ দুখন উচ্ছেদৰ জাননীয়ে৷ সোণাপুৰ…

উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ

দৃষ্টিৰূপা বৰদলৈ • ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ • আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা • গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা • ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন-…

৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা

( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।) ৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰ।যি সময়ত ১ লাখ চাকৰি নিযুক্তিৰ…

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে)   কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই…

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই…

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই- ১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। ২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী…

অসম চৰকাৰৰ কৰ্মচাৰীয়ে মে’ মাহৰ সম্পূৰ্ণ দৰমহা পাবনে?

ক’ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে ৷ ৰাজহ সংগ্ৰহ দ্ৰুতগতিত হ্ৰাস পাইছে ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ কৰ্তনকলৈও চিন্তা চৰ্চা চলিছে ৷ কিন্তু সদ্যহতে অসম চৰকাৰৰ…