ডেৰ বছৰত ১০ লাখ নিযুক্তি : ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
অহা ডেৰ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ১০ লাখ নিযুক্তি ৷
কেন্দ্ৰৰ প্ৰতিটো বিভাগৰ মানৱ সম্পদৰ পৰ্যালোচনা কৰাৰ পাছত এই নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷
PM @narendramodi reviewed the status of Human Resources in all…