ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ দাবীক সমৰ্থন জনালে আমেৰিকাই
দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ…