Tag america

অৱশেষত আমেৰিকাত গৃহীত হ’ল ‘One Big Beautiful Bill’

ছিনেটৰ ভোট যুদ্ধত জয়ী হ’ল ড’নাল্ড ট্ৰাম্প। অৱশেষত গৃহীত হ’ল ‘One Big Beautiful Bill’। মঙলবাৰে আমেৰিকাৰ ছিনেটত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত হ’ল বহু বিতৰ্কিত বিলখন। বিলৰ বিপক্ষে ভোট দিলে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে। ডেমক্ৰেটিক পাৰ্টিৰ লগতে এই…

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল প্ৰত্যাহ্বানকো নেওচি ভাৰতে বিজয় সাব্যস্ত কৰিছিল? কিদৰে পাকিস্তানক দুফাল কৰি জন্ম দিছিল…

ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷’ ১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…

আদানিৰ লগত মোদীৰ ভাগ্য ওলমিছে আমেৰিকাৰ আদালতত

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ ২০০৩ চনৰ কথা৷ ভয়ংকৰ সাম্প্ৰদায়িক হিংসাই গুজৰাট ৰক্তাক্ত কৰি তুলিলে৷ মানৱতাৰ বধ্যভূমিত পৰিণত হ’ল মহাত্মা গান্ধীৰ গৃহৰাজ্য গুজৰাট৷ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিচিত হৈ পৰিল নৃশংস শাসকৰ ৰূপত৷ সেই ঘাতকৰ ভাৱমূৰ্তি আঁতৰাবলৈ এক নতুন পৰিকল্পনা ৰচনা…

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি এমৰ বিৰুদ্ধে দেশজুৰি অভিযান চলোৱাৰ কথা…

আদানীৰ পৰা উৎকোচ লোৱাৰ তালিকাত কোন কোন মুখ্যমন্ত্ৰী?

গৌতম আদানীৰ সৈতে নাম সাঙোৰ খাই পৰা ভাৰতৰ আন এগৰাকী চৰ্চিত ব্যক্তি জগন মোহন ৰেড্ডী। অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ নেতা। আদানীয়ে উত্কোচৰ সাম্ৰাজ্যখন যেনেকৈ বহিঃৰাষ্ট্ৰত মেলি দিছিল, সেইদৰে দেশৰ ভিতৰতো নেমেলাকৈ থকা নাছিল। যাৰ বাবে ভাৰতৰ…

বিপদৰ সময়ত আমেৰিকাই সংগ এৰিলে ইউক্ৰেইনৰ

ইউক্ৰেইনত ৰাছিয়াই ১৬০ টাতকৈও অধিক মিছাইলেৰে এতিয়ালৈকে আক্ৰমণ চলালে ৷ দুৰ্বল ইউক্ৰেইনৰ একমাত্ৰ আশা – ভৰষা আছিল আমেৰিকা আৰু নৰ্থ আটলান্টিক এছোছিয়েশ্যন অৰ্থাৎ নাটো ৷ কিন্তু বিপদৰ সময়ত সকলোৱে অকলশৰীয়া কৰিলে ইউক্ৰেইনক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউক্ৰেইনলৈ আমেৰিকান সেনা…

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ পৰিস্থিতিত…

যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা কৰি কয় যে…