আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গো মূত্ৰ সেৱন কৰে নেকি অক্ষয় কুমাৰে! The CrossCurrent Sep 11, 2020 বলিউডৰ তাৰকা অক্ষয় কুমাৰে যোৱা কালি এক ইনষ্টাগ্ৰাম ইন্টাৰভিউত কয় যে তেওঁ আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গো মূত্ৰ সেৱন কৰে। ইনষ্টাগ্ৰাম ইণ্টাৰভিউটো আছিল অক্ষয় কুমাৰে শেহতীয়াকৈ বিয়েৰ গ্ৰীলছ নামৰ ৱাইল্ড লাইফ এডভেন্সাৰ জনৰ সৈতে "Into the Wild"…