মাছুদ বাহিনীৰ হাতত নিহত হৈছে নেকি ১০০ তালিবান? The CrossCurrent Aug 22, 2021 আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন…